Meaning : গণিতত এটা সংখ্যাৰে আন এটা সংখ্যাৰ বৃদ্ধি কৰা কার্য
Example :
দুই আৰু দুই পূৰণ কৰিলে গুণফল চাৰি পোৱা যায়
Synonyms : পূৰণ
Meaning : ধনুত লগোৱা একপ্রকাৰৰ ৰচী যাৰ সহায়ত দূৰলৈ কাঁড় নিক্ষেপ কৰিব পাৰি
Example :
তেওঁ ধনুত গুণ লগাই আছে
Synonyms : গুণা
Meaning : কোনো বস্তুৰ মাজত পোৱা বিশেষ কথা বা তত্ত্ব যাৰ দ্বাৰা তেনে বস্তু অন্য বস্তুতকৈ পৃথক বুলি গণ্য কৰা হয়
Example :
সকলো বস্তুৰে কিছুমান লক্ষণ থাকে
Synonyms : লক্ষণ