Subscribe
URL of the page has been copied to clipboard.
Meaning : গোলাকাৰ সৰু বস্তু বিশেষ
Example : লʼৰাটোৱে বৰ মনোযোগেৰে ডালিমৰ দানা খাই আছে
Synonyms : দানা
Meaning : খেল-ধেমালিত ব্যৱহাৰ কৰা শিল, মাটি, প্লাষ্টিক আদিৰ সৰু টুকুৰা
Example : লʼৰা-ছোৱালীবোৰে খেলিবলৈ গুটিবোৰ গোটাইছে
Install App