Subscribe
URL of the page has been copied to clipboard.
Meaning : লাগি থকা বা ওপৰৰ বস্তু পৃথক কৰা কার্য
Example : কচাইয়ে ছাগলীৰ ছালখন গুচাই আছে
Synonyms : এৰোৱা
Meaning : গুচোৱা কার্য
Example : কুঁহিয়াৰ গুচোৱা হʼল
Meaning : আনৰ দ্বাৰা গুচা
Example : কৃষকে খেতিপথাৰত কুঁহিয়াৰ গুচোৱাই আছে
Meaning : দাগ, চেকা আদি চাফা কৰা
Example : মায়ে কাপোৰত লগা দাগ এৰুৱাই আছে
Synonyms : এৰুৱা
Install App