Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word গা-ধোৱা from অসমীয়া dictionary with examples, synonyms and antonyms.

গা-ধোৱা   বিশেষ্য

Meaning : নিকা বা শীতল কৰিবৰ কাৰণে গোটেই শৰীৰটো পানীৰে ধোৱা কার্য

Example : সাধুলোকে স্নানৰ পাচত পূজা পাঠ কৰে

Synonyms : জল-স্নান, স্নান

গা-ধোৱা   ক্ৰিয়া

Meaning : কোনো তৰল পদার্থৰে শৰীৰ তিওৱা কার্য

Example : তুমিচোন ঘামেৰে গা-ধুই পেলালা

Meaning : শৰীৰ চাফা কৰিবলৈ পানীৰে ধোৱা কার্য

Example : ককাদেউতাই জাৰৰ দিনত কুহুমীয়া পানীৰে গা-ধোৱে

Synonyms : প্রক্ষালন কৰা, স্নান কৰা

গা-ধোৱা   বিশেষণ

Meaning : যিজনে স্নান কৰিছে

Example : গা-ধোৱা ব্যক্তিজনে ফাকু খেলিবলৈ হোহঁ্কা-পিছলা কৰি আছিল

Synonyms : স্নাত