Subscribe
URL of the page has been copied to clipboard.
Meaning : ভাং গছৰ নিচিনা এবিধ উদ্ভিদ যাৰ গুটিৰ পৰা ওলোৱা ধোঁৱা নিচা লাগিবৰ কাৰণে পান কৰা হয়
Example : তেওঁ নিজৰ খেতি পথাৰত গাঞ্জাৰ খেতি কৰি আছে
Synonyms : গঞ্জিকা, গাঞ্জাগছ
Meaning : দেহত ৰাগী লগোৱাৰ কাৰণে সঘনে ব্যৱহাৰ হোৱা এবিধ উদ্ভিদৰ পূৰঠ পাত আৰু গুটি বিশেষ যাক ধোঁৱা হিচাপে সেৱন কৰা হয়
Example : গাঞ্জা সেৱন কৰাটো স্বাস্থ্যৰ কাৰণে যথেষ্ট হানিকাৰক
Meaning : এবিধ উদ্ভিদৰ গুটি, পাত আদি যাক চিলিমৰ যোগেদি পান কৰা হয়
Example : গাঞ্জা খোৱাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক
Synonyms : গঞ্জিকা, গাঁজা, গাজা
Install App