Subscribe
URL of the page has been copied to clipboard.
Meaning : উকীল, ডাক্তৰ, বিদ্বান আদিয়ে চিলাই পিন্ধা এক বিশেষ ধৰণৰ পৰিধেয় পোছাক
Example : আদালতৰ বাহিৰলৈ আহিয়েই উকীলজনে গাউনটো খুলি কান্ধত ৰাখি লʼলে
Meaning : আঁঠুলৈকে ওলোমাই পিন্ধা এবিধ সাজ
Example : আগৰ দিনত ধনী লোকসকলে হলৌ চোলা পিন্ধিছিল
Synonyms : হলৌ চোলা, হলৌ-চোলা
Install App