Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word গাঁও-পঞ্চায়ত from অসমীয়া dictionary with examples, synonyms and antonyms.

গাঁও-পঞ্চায়ত   বিশেষ্য

Meaning : গাঁৱৰ নাগৰিকৰ দ্বাৰা নি্র্বাচন কৰা প্রতিনিধিৰ দ্বাৰা গঠন কৰা পঞ্চায়ত বা পৰিষদ

Example : গাঁও পঞ্চায়তে গাঁৱৰ পৰিস্কাৰ-পৰিচ্ছন্নতা, গাঁৱৰ মানুহৰ কাজিয়া-পেচাল আদিৰ মীমাংসাৰ কামো কৰিবলগীয়া হয়

Synonyms : গাঁও পঞ্চায়ত, গাঁও পৰিষদ, ্গাঁও-পৰিষদ