Meaning : বস্তিৰ ঠেক ৰাস্তা বা দুয়োফালে ঘৰ আদি থকা ৰাস্তা
Example :
বাৰানসী গলিৰে ভৰা চহৰ
Synonyms : লুংলুঙীয়া বাট, সুৰুকীয়া বাট
Meaning : গলিৰ নিচিনা সৰু ঠেক ৰাস্তা
Example :
আমি ৰাজমহলত এটা গলিয়েদি প্রৱেশ কৰিলোঁ
Synonyms : অলি-গলি, গলি ৰাস্তা, সৰফলা