Meaning : কোট, কামিজ আদিৰ ডিঙি অংশৰ চাৰিওফালে থকা পটী
Example :
তেওঁ ্ কলাৰ থিয় কৰি গৈ আছে
Synonyms : কলাৰ
Meaning : খোৱা আহাৰ পেটলৈ যোৱা আৰু শ্্ব্দৰ সৃষ্টি হোৱা ডিঙিৰ অংশ বিশেষ
Example :
সমুদ্র মন্থনৰ পৰা ওলোৱা হলাহল পান কৰি ভগৱান শিৱৰ কণ্ঠ নীলা হৈ গৈছিল
Synonyms : কণ্ঠ
Meaning : গলি থকা এক অৱস্থা
Example :
বৰফ গলাৰ কাৰণেই গংগা, ব্রহ্মপুত্র আদি নদী কেতিয়াও নুশুকায়