Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word গলা from অসমীয়া dictionary with examples, synonyms and antonyms.

গলা   বিশেষ্য

Meaning : কোমলতা, তীব্রতা, ডাঙৰ-সৰু আদি কৰি কʼব পৰা শ্্ব্দ যি প্রাণীৰ কণ্ঠৰ পৰা ওলায়

Example : তেওঁৰ ্ মাতটো বৰ মিঠা

Synonyms : কণ্ঠ, বোল, মাত, স্বৰ

Meaning : মূৰটোক ধৰি ৰখা দেহৰ অংগ:জিৰাফৰ ডিঙি বৰ দীঘল

Example :

Synonyms : কণ্ঠদেশ, গল, গ্রীৱাদেশ, টেঁটু, ডিঙি, নেলু

Meaning : কোট, কামিজ আদিৰ ডিঙি অংশৰ চাৰিওফালে থকা পটী

Example : তেওঁ ্ কলাৰ থিয় কৰি গৈ আছে

Synonyms : কলাৰ

Meaning : খোৱা আহাৰ পেটলৈ যোৱা আৰু শ্্ব্দৰ সৃষ্টি হোৱা ডিঙিৰ অংশ বিশেষ

Example : সমুদ্র মন্থনৰ পৰা ওলোৱা হলাহল পান কৰি ভগৱান শিৱৰ কণ্ঠ নীলা হৈ গৈছিল

Synonyms : কণ্ঠ

Meaning : গলি থকা এক অৱস্থা

Example : বৰফ গলাৰ কাৰণেই গংগা, ব্রহ্মপুত্র আদি নদী কেতিয়াও নুশুকায়

Meaning : শৰীৰৰ থুতৰিৰ তলত আৰু কান্ধৰ ওপৰৰ অৱস্থিত আগভাগ

Example : পুৰুষৰ কণ্ঠৰ ঘটিকা দেখা যায়

Synonyms : কণ্ঠ, গল

গলা   ক্ৰিয়া

Meaning : গৰমত কোনো গোটা বস্তু জুলীয়া হৈ যোৱা

Example : বৰফ বেছি সময় বাহিৰত থʼলে গলি যায়

Synonyms : গলি যোৱা