Subscribe
URL of the page has been copied to clipboard.
Meaning : ডাঙৰ শ্্ব্দ কৰা কার্য
Example : মেঘৰ গর্জন আৰু বিজুলীৰ চমকনিৰ সৈতে ভয়ংকৰ বৰষুণ দিছে
Synonyms : গাজনি, ঢেৰেকনি
Meaning : ভয় ভীত কৰোৱাৰ কাৰণে জোৰেৰে ডাঙৰকৈ কৰা শ্্ব্দ
Example : ভীমৰ হুংকাৰ শুনি কৌৰৱ পক্ষ সন্ত্রস্ত হৈ পৰিল
Synonyms : হুংকাৰ
Meaning : কোনো হিংস্র জন্তুৱে মতা ডাঙৰ শ্্ব্দ
Example : বাঘৰ গোজৰ শুনাৰ লগে লগে মানুহৰ মাজত হুৱা-দুৱা লাগিল
Synonyms : গোজৰ
Install App