Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word গভীৰ from অসমীয়া dictionary with examples, synonyms and antonyms.

গভীৰ   বিশেষণ

Meaning : অতি সূক্ষ্মকৈ

Example : এই তথ্যৰ খবৰ পাবৰ কাৰণে গভীৰ অধ্যয়নৰ আৱশ্যক

Synonyms : গহন

Meaning : বহুত ভাল ধৰণৰ

Example : তেওঁ গভীৰ টোপনি মাৰি আছিল

Synonyms : গাঢ়

Meaning : যাৰ বিস্তাৰ তলৰ ফাললৈ বেছি

Example : তেওঁ দ পুখুৰীত ডুব গʼল

Synonyms : অগাধ, অগাধনি, অতল, অথাউনি, অথানি,