Meaning : গৈ পোৱা ঠাই বা যি ঠাইলৈ যাবলগীয়া আছে
Example :
ৰঞ্জনে এতিয়াও নিজৰ গন্তব্য স্থানত গৈ পোৱাগৈ নাই
Synonyms : লক্ষ্য, লক্ষ্য স্থান
Meaning : যʼত যাব লগা আছে
Example :
আমি সুবিধানুসৰি নিজৰ গাড়ীৰে গন্তব্য স্থানলৈ যাব পাৰোঁ