Subscribe
URL of the page has been copied to clipboard.
Meaning : ভাৰযুক্ত হোৱা অৱস্থা বা ভাব
Example : গধুৰ হোৱাৰ কাৰণে তেওঁ এই বস্তুটো উঠাব নোৱাৰিলে
Synonyms : গধুৰতা
Meaning : যি মাত্রা হিচাপত অধিক
Example : মন্ত্রী মহোদয়ে এই বছৰ বহুত ডাঙৰ বাজেট উত্থাপন কৰি
Synonyms : বহুত ডাঙৰ, বৃহৎ
Meaning : অত্যধিক ওজনৰ
Example : গধুৰ বস্তু নাদাঙিবা
Synonyms : গুৰুভাৰ, ভাৰী, মহাভাৰ
Install App