Subscribe
URL of the page has been copied to clipboard.
Meaning : গতিহীন হোৱা অৱস্থা বা ভাব
Example : গতিহীনতাৰ কাৰণে গছ-গছনিয়ে একে ঠাইতে স্থিৰ হৈ থাকে
Synonyms : অচলতা, গতিশূন্যতা, গতিহীনতা, জড়তা, নিশ্চলতা, বেগহীনতা, স্থবিৰতা
Install App