Subscribe
URL of the page has been copied to clipboard.
Meaning : যি চলা-ফুলা কৰিব পাৰে
Example : জঙ্গম জীৱই নিজৰ ঠাই সলনি কৰি থাকে
Synonyms : জঙ্গম, সচল
Meaning : যাৰ গতি আছে বা যি চলিব পাৰে
Example : যন্ত্র গতিশীল অৱস্থাত আছে
Synonyms : অস্থবিৰ, গতিপূর্ণ, গতিমান, গমনশীল, গমনৰত, চলনশীল, চলমান, চলিষ্ণু, চালু, চৰিষ্ণু, জঙ্গম, সঞ্চৰণমান, সঞ্চৰণশীল
Install App