Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি
Example : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়
Synonyms : অৱস্থা, গতিক, দশা, ধৰণ, ধৰণ-কৰণ, পৰিস্থিতি, হাল, হালত, ৰূপ
Meaning : যʼৰ পৰা কোনো কার্য, ্ঘটনা আদিৰ দিশ সলনি হয়
Example : ইয়াৰ পৰা কাহিনীটোৱে এক নতুন মোৰ লয়
Synonyms : মোৰ
Meaning : প্রতি ঘণ্টাত অতিক্রম কৰা দূৰত্ব
Example : গাড়ীখন ১০ কিলোমিটাৰ গতিৰে গৈছে
Synonyms : তীব্রতা, বেগ
Meaning : চলি যোৱা বা গতি কৰা কার্য
Example : তেওঁ তীব্র গতিৰে কʼৰবালৈ গৈ আছে
Install App