Subscribe
URL of the page has been copied to clipboard.
Meaning : সজা বা সজোৱা ভাব
Example : তেওঁৰ শৰীৰৰ গঠন আটিল
Synonyms : গাঁথনি
Meaning : অনেক অৱয়বযুক্ত ৰচনা
Example : মানুহৰ আভ্যন্তৰীণ শাৰীৰিক গঠন জটিল
Synonyms : ৰচনা
Meaning : কোনো বস্তুৰ বাহিৰৰ সেই অংশ যাৰ যোগেদি বস্তুবিধৰ দীঘ, প্রস্থ, প্রকাৰ, গুণাগুণ সম্পর্কে ্ জানিব পাৰি:দ্রৱৰ কোনো নিজা আকাৰ নাই
Example :
Synonyms : আকাৰ, গঢ়, মূর্তৰূপ, স্বৰূপ, ৰূপ
Meaning : সংস্থা বা মণ্ডলী আদি বনোৱা কার্য
Example : বিদেশী শাসনৰ পৰা ভাৰতবর্ষক মুক্ত কৰিবৰ কাৰণে ভালেমান বিদ্রোহী সংস্থাৰ গঠন কৰিছিল
Synonyms : প্রতিষ্ঠা, স্থাপনা
Meaning : এটা এককৰ ৰূপত থকা মানুহ বা বস্তুৰ ব্যৱস্থা বা ক্রম
Example : সুৰক্ষাত্মক বেহু ভেদা সহজ নহয়
Synonyms : বেহু
Install App