Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word খৰচ কৰা from অসমীয়া dictionary with examples, synonyms and antonyms.

খৰচ কৰা   ক্ৰিয়া

Meaning : ব্যৱহাৰ বা কামত অহা

Example : ৰাজগীৰে এই ঘৰটোত এশ বস্তা চিমেণ্ট লগালে

Synonyms : লগোৱা

Meaning : কোনো বস্তু মানুহৰ সন্মুখত ব্যৱহাৰ কৰিবৰ কাৰণে ৰখা বা আনক ব্যৱহাৰ কৰিবলৈ দিয়া

Example : মহাজন ধনীৰামে নিজৰ লʼৰাৰ জন্মদিনত বহুত ধন খৰচ কৰিলে

Synonyms : ক্ষয় কৰা, নোহোৱা কৰা, শেষ কৰা