Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বস্তু ক্রয় কৰা বা তৈয়াৰ কৰাৰ বাবদ লগা ধনৰাশি
Example : সেই ঘৰটো সাজিবলৈ কিমান খৰচ পৰিব
Synonyms : ব্যয়
Meaning : কোনো কাম সম্পূর্ণ কৰিবৰ কাৰণে পাৰিশ্রমিক, মূল্য আদিৰ ৰূপত ধন দিয়া বা লগোৱা কার্য
Example : এই ভৱনটো নি্র্মাণৰ কাৰণে লাখ টকা খৰচ হʼল
Install App