Subscribe
URL of the page has been copied to clipboard.
Meaning : যি ব্যক্তিৰ এটা ভৰি অকামিলা হৈ গʼল বা ভাগি গʼল
Example : লেঙেৰাজনে পেঙৰ সহায়ত খোজ কাঢ়িবলৈ চেষ্টা কৰি আছে
Synonyms : পেঙুৰা, লেঙেৰা
Meaning : যাৰ এটা ভৰি ভাগিলে বা অকর্মন্য হৈ পৰিলে
Example : লেঙেৰা ব্যক্তিজনে পেং লৈ খোজকাঢ়িবলৈ চেষ্টা কৰি আছে
Synonyms : লেঙেৰা
Install App