Meaning : কোনো বস্তুৰ সন্মুখৰ আচ্ছাদন বা ওপৰৰ আৱৰণ আঁতৰোৱা
Example :
সময় হোৱাৰ লগে লগে মঞ্চৰ আঁৰ্কাপোৰ খোল খালে
Synonyms : খোল খোৱা
Meaning : গুপ্ত বা গূঢ় কথা প্রকট বা স্পষ্ট কৰা
Example :
তেওঁ নিজৰ প্রেম বিবাহৰ ৰহস্য খুলিলে
Meaning : বন্ধা অথবা জোৰা লগোৱা বস্তু আঁতৰি যোৱা
Example :
মোৰ ধুতিখন খুলি গʼল আপোনাৰ কামিজৰ বুটামটো খুলি গʼল
Synonyms : খুলি যোৱা
Meaning : ঢকা বা বাধা দিয়া বস্তু আঁতৰোৱা
Example :
কোনোবা আদিছে, দুৱাৰখন খোলা
Meaning : কোনো সঁজুলিৰ মেৰামতি কৰিবৰ বাবে তাৰ অংগবোৰ পৃথক কৰা
Example :
ঘড়ীৰ মেকানিকে বেটাৰী লগাবৰ বাবে ঘড়ীটো খুলিলে
Meaning : পিন্ধা বস্তু পৃথক কৰা
Example :
লʼৰাটোৱে গা-ধোৱাৰ কাৰণে নিজৰ কাপোৰ খুলিলে
Synonyms : সোলোকোৱা
Meaning : বন্ধন, গাঁঠি আদি খোলা
Example :
জোতাৰ ৰচীডাল খোলা
Meaning : নিতৌ কার্য আৰম্ভ ্হোৱা
Example :
এই বেংকটো ন বজাত খোলে
Meaning : নতুনকৈ আৰম্ভ কৰা
Example :
প্রতিবেশীয়ে বাচনৰ আৰু এখন দোকান খুলিলে
Meaning : বেংক আদিত খাটা আৰম্ভ কৰা
Example :
ইয়াৰ সকলো কর্ম্্চাৰীয়ে কানাড়া বেংকত খাটা খুলিছে
Meaning : ঢাকি নৰখা বা আৱৰি নৰখা
Example :
উদং হৈ থকা বস্তুবোৰ ঢাকি ৰাখা
Synonyms : অনাচ্ছাদিত, অনাবৃত, অনাৱেষ্টিত, আৱৰণহীন, উদং, উন্মুক্ত, ঢঢৈয়া, ঢাকনহীন, ধোবাং বাং, ফলং লং, ফলংলঙীয়া, ফলঙা, মুকলি, মুকলি-হাকলি
Meaning : যিটো বন্ধ নহয়
Example :
খোলা দুৱাৰেদি কুকুৰটো ভিতৰলৈ আহিল
Meaning : কঠোৰতাৰ শুধৰণি বিচৰা তথা প্রগতিশীল বিচাৰধাৰাৰ সমর্থক
Example :
সমাজত উদাৰ ব্যক্তিৰ বহু প্রয়োজন আছে
Synonyms : অকপট, উদাৰ, উদাৰ-চিতীয়া, উদাৰ-মনা, উদাৰচিত্ত, উদাৰচেতা, উদাৰমতি, উদাৰমনা, খোলামনৰ, পেটেমুখে একে, মনে মুখে একে