Meaning : কোনো টান বস্তুৰ ওপৰত ধাৰাল বস্তুৰে কাৰচাজি কৰা বা লিখা কার্য
Example :
তেওঁ ্মার্বল ্পাথৰত নিজৰ নাম খোদাই কৰিলে
Synonyms : উৎকী্র্ণ ্কৰা, খোদিত কৰা
Meaning : কাটি পেলাই পৃথক কৰা
Example :
খনিকৰজনে মূর্তি সাজিবৰ কাৰণে শিলটোত খোদাই কৰি আছে