Subscribe
URL of the page has been copied to clipboard.
Meaning : চলাচল কৰা ঢং
Example : তুমি এনেকৈ ঢলং-পলং খোজেৰে কিয় গৈ আছে
Synonyms : খোজ-কাটল
Meaning : খোজকাঢ়িবলে বা দৌৰিবলে এঠাইৰ পৰা উঠাই আন এঠাইত ভৰি ৰখা কার্য
Example : তেওঁ ্সোনকালে ঘৰ গৈ পাবলে দীঘল-দীঘলকৈ খোজ দিছিল
Synonyms : কদম
Meaning : এটা খোজেৰে ঠিক কৰা দূৰত্ব
Example : মোৰ ঘৰ ইয়াৰ পৰা প্রায় আঠ-দহ খোজ দূৰত অৱস্থিত
Meaning : কোনো বস্তু কʼত কেনেকৈ আছে সেইয়া চাবৰ কাৰণে বা পাবলৈ বিচাৰ কৰা কার্য
Example : কলম্বাছে আমেৰিকাৰ আৱিষ্কাৰ কৰিছিল
Synonyms : আৱিষ্কাৰ, সন্ধান
Install App