Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word খেলি-মেলিকৈ from অসমীয়া dictionary with examples, synonyms and antonyms.

খেলি-মেলিকৈ   ক্ৰিয়া বিশেষণ

Meaning : যিটো ক্রম অনুসৰি থোৱা হোৱা নাই

Example : গ্রন্থাগাৰত কিতাপবোৰ ক্রমহীনভাৱে থোৱাৰ কাৰণে তেওঁ নিজৰ মনপচন্দৰ কিতাপখন বিচাৰি ফুৰিছে

Synonyms : অক্রমাগতভাৱে, অব্যৱস্থিতভাৱে, ক্রমহীনভাৱে, যেনেকৈ-তেনেকৈ