Meaning : ক্ষুৰ আদিৰে মূৰৰ চুলি পৰিস্কাৰ কৰা
Example :
শিশুটোৰ চুলি খুৰোৱা হʼল
Meaning : মূৰ আদিৰ সম্পূর্ণ চুলি আতৰাই পেলোৱা
Example :
নাপিতে তেওঁৰ মূৰ খুৰাইছে
Synonyms : মুণ্ডন কৰা
Meaning : শিৰ আদিৰ পৰা চুলি ্আঁতৰোৱা কার্য
Example :
নাপিতৰ ওচৰলৈ গৈ তেওঁ নিজৰ মূৰৰ চুলি খুৰালে
Synonyms : মুণ্ডন কৰা