Meaning : শিং থকা চাৰিঠেঙীয়া জন্তুৰ ভৰিৰ একেবাৰে তলত থকা টান ফটা অংশ
Example :
খেতিপথাৰৰ ঠায়ে-ঠায়ে গৰুৰ খুড়াৰ চিন আছে
Synonyms : খুড়া
Meaning : পালেং, চকী আদিৰ তলত থকা সৰু স্তম্ভসদৃশ অংশ যাৰ সহায়ত তাৰ বাকী অংশ থিয় হৈ থাকে
Example :
এই পালেঙখনৰ এটা খুৰা ভাঙি থাকিল
Synonyms : খুটা
Meaning : ঘোঁৰাৰ ভৰিৰ তলৰ অংশ
Example :
ঘোঁৰাৰ খুৰাৰ তললৈ অহা ছাগলী পোৱালীটোৱে গচক খালে