Subscribe
URL of the page has been copied to clipboard.
Meaning : দুটা বস্তু বেগেৰে আহি পৰস্পৰে লগ লগা কার্য
Example : বাছ আৰু ট্রাকৰ খুন্দাত দহজন লোক আহত হʼল
Meaning : খুন্দা বা কুটাৰ কার্য
Example : শ্যামে ধান কুটাৰ পিছত ্ঘেঁহু পিচি আছে
Synonyms : কুটা, বনা
Meaning : কোনো বস্তু ভাগিবলৈ, পিচিবলৈ তাৰ ওপৰত বাৰে বাৰে কোনো ডাঙৰ আৰু ওজন বস্তুৱে আঘাত কৰা কার্য
Example : মহিলাসকলে ধান বানি আছে
Synonyms : খুনা, বনা
Meaning : কোনো বস্তুক ঘঁহি চূর্ণৰ ৰূপলৈ অনা
Example : ঘেঁহু পিহা হʼল
Synonyms : পিহা
Install App