Meaning : যিজন বেপাৰীয়ে কম-কমকৈ মালবস্তু কিনে বা বিক্রী কৰে
Example :
শ্যাম এজন খুচুৰা বেপাৰী
Synonyms : খুচুৰা ব্যৱসায়ী
Meaning : যিজনে বেলেগকৈ, খুচুৰাকৈ বা কম কমকৈ মাল-বস্তু বা চুক্তিপত্র বেচে
Example :
তেওঁ খুচুৰা দোকানীজনৰ পৰা দুই কিলো চাউল কিনিলে
Synonyms : খুচুৰা দোকানী, গেলামালৰ দোকানী, মুদৈ