Subscribe
URL of the page has been copied to clipboard.
Meaning : বেৰ আদিত বিন্ধিবলৈ কাঠ, লোহা আদিৰে নির্মিত শকত পিন
Example : সীতাই কাপোৰ ওলমাবলৈ বেৰত গজাল মাৰিছে
Synonyms : গজাল, গোঁজ
Meaning : সৰু আৰু চুটি খুঁ্টা
Example : ৰতনে চৰণীয়া পথাৰৰ সো-মাজত এটা খুঁটি পুতি ছাগলীজনী বান্ধি দিলে
Meaning : নাও বান্ধিবৰ কাৰণে ঘাট আদিত থকা ডাঙৰ খুটা বিশেষ
Example : সদায় সন্ধিয়া হোৱাৰ লগে লগে নাৱিকে নাওখন খুঁটিত বান্ধি থয়
Synonyms : নাও খুঁটি
Install App