Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বস্তু আদিক কোনো অংশত জোৰেৰে সুমুৱাই দিয়া
Example : মোহনে সোহনৰ পেটত চাকুৰে হানিলে
Synonyms : বিদ্ধ কৰা, ভৰাই দিয়া, হনা, হানি দিয়া
Meaning : কোমল অংশত কোনো জোঙা বস্তু আদি ভৰাই দিয়া
Example : তেওঁ ্ মোৰ হাতত বেজীৰে খুঁচি দিলে
Synonyms : খুঁচি দিয়া, সুমুওৱা, সুমুৱাই দিয়া
Install App