Subscribe
URL of the page has been copied to clipboard.
Meaning : কাকো উপেক্ষিত নকৰা ভাব
Example : তেওঁ ্ডাঙৰৰ কথাত ধ্যান নিদি নিজৰ ইচ্ছামতে কাম কৰে
Synonyms : ধ্যান, মনোযোগ
Meaning : স্মৰণশক্তিৰ দ্বাৰা একত্র বা লাভ হোৱা জ্ঞান
Example : সৰুকালৰ স্মৃতি অহাৰ লগে মন আনন্দত ভৰি পৰে
Synonyms : স্মৃতি, স্মৰণ
Meaning : অনুভব আৰু স্মৃতিৰে মনত জন্মা কোনো ভাব
Example : নিজৰ ভাব অনুসৰি মানুহে আচৰণ কৰে
Synonyms : খেয়াল, ভাব, ভাবনা, মনোভাব
Meaning : অানৰ উন্নতি বা ভাল হোৱা দেখি পোৱা মানসিক কষ্ট
Example : মোৰ উন্নতি দেখি ্ তেওঁ ঈর্ষাত জ্বলি মৰিছে
Synonyms : অন্তর্দাহ, অসূয়া, ঈর্ষা, খিয়লা-খিয়লি, পৰশ্রীকাতৰতা, বিদ্বেষ, বুকুৰ পোৰণি, মাৎসর্য্য, হিংসা
Meaning : মনত উদয় হোৱা কথা
Example : মোৰ মতে এই কামটো এতিয়াই হৈ যোৱা উচিত বিচাৰৰ ওপৰত বিবেকৰ অংকুশ নিশ্চয় থকা উচিত
Synonyms : খেয়াল, বিচাৰ, মত
Install App