Subscribe
URL of the page has been copied to clipboard.
Meaning : নিতৌ বা সমানে সমানে হোৱা তর্কা-তর্কি বা কাজিয়া
Example : পত্নীৰ খেচখেচনিত অতীষ্ঠ হৈ ্ তেওঁ ঘৰ এৰি গুচি গʼল
Synonyms : কেচকেচনি, কেটকেটনি, কেপকেপনি, খিংখিঙনী, খিচখিচনি, খেচখেচনি, ঘেকঘেকি, জিংজিঙনি, দপালনি, বকবকনি, হেকহেকনি
Install App