Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো লোকৰ বা বস্তুবাহানিৰ পৃথকে পৃথকে হিচাপ ৰখা বহী
Example : দোকানীজনে মোৰ হিচাপখিনি কৰিবৰ কাৰণে খাটা-বহী উলিয়ালে
Synonyms : খাটা বহী, খাটা-বহী
Meaning : বেংকৰ দ্বাৰা দিয়া এক ধৰণৰ নিধিৰ হিচাপ-নিকাচ কৰিব পৰা বহী
Example : মোৰ খাটাত মাত্র পাঁচশ টকা আছে
Synonyms : একাউণ্ট, একাউণ্ট বহী
Install App