Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word খহটা from অসমীয়া dictionary with examples, synonyms and antonyms.

খহটা   বিশেষণ

Meaning : যাৰ কণা বা দানাবোৰ মিহি নহয়

Example : খহটা আটাৰ ৰুটি ভাল নহয়

Meaning : যাৰ উপৰিভাগ ঠায়ে ঠায়ে ওখ-চাপৰ

Example : বাঢ়ৈয়ে খহটা পাটখনক ৰাণ্ডা মাৰি মিহি কৰিছে

Synonyms : অসমান, ৰুক্ষ