Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো কবিতা বা গীতৰ কোনো চৰণ বা পদ
Example : সীতাই স্বৰচিত কবিতাৰ এটা খণ্ড শুনালে
Meaning : কোনো বস্ত্র বা পোছাক তৈয়াৰ কৰিবৰ বাবে বনোৱা সিমান পৰিমাণৰ কাপোৰ
Example : শীলাই বজাৰৰ পৰা এটা ব্লাউজৰ পীচ কিনিলে
Synonyms : টুকুৰা, পীচ
Meaning : কোনো অংগ বা অবয়বৰ এক, যাৰ সংযোগত বিভিন্ন বস্তু তৈয়াৰ কৰা হয়
Example : এই যন্ত্রটোৰ সকলো খণ্ডই যন্ত্রালয়ত তৈয়াৰ কৰা
Synonyms : অংগ, অংশ, টুকুৰা, বিভাগ, ভাগ
Meaning : যিকোনো বস্তুৰ গোটা টুকুৰা
Example : এই মন্দিৰটো ডাঙৰ ডাঙৰ শিলাখণ্ডেৰে নির্মিত এই মন্দিৰটো শিলৰ ডাঙৰ ডাঙৰ টুকুৰাৰে নির্মিত
Synonyms : টুকুৰা
Meaning : ইতিহাসৰ বা ব্যক্তিৰ জীৱনৰ এক নিশ্চিত সময়
Example : মুম্বাইৰ ঘটনাবোৰে এক নতুন ভয়াবহ অধ্যায়ৰ আৰম্ভ কৰি দিলে
Synonyms : অধ্যায়, পর্ব
Meaning : কোনো নির্দিষ্ট সময়ৰ মূৰে-মূৰে এবাৰকৈ প্রকাশ পাই থকা পত্র, পত্রিকা আদি
Example : এইটো এই পত্রিকাখনৰ দ্বিতীয় সংখ্যা
Synonyms : অংক, নম্বৰ, সংখ্যা
Meaning : ফল আদিৰ কটা বা ফালি থোৱা খণ্ড
Example : তেওঁ আপেলটোৰ চাৰি টুকুৰা কৰিলে
Synonyms : টুকুৰা, ভাগ
Meaning : কোনো গ্রন্থ, ইতিহাস বা মানৱ জীৱনৰ একোটা অংশক কৰা নামকৰণ:ভকতজনে তিথি উপলক্ষে কীর্ত্তনৰ পাঁচটা অধ্যায় ব্যাখ্যা কৰিলে
Example :
Synonyms : অংক, অধ্যায়, অনুচ্ছেদ, আধ্যা, ছেদ, পাঠ, ভাগ
Install App