Subscribe
URL of the page has been copied to clipboard.
Meaning : শৰীৰত খুউবকৈ খজুওৱা এবিধ ৰোগ
Example : তেওঁক খজতিয়ে আমনি কৰিছে
Synonyms : খজতি, খজুলি
Meaning : কোনো অংগক খজুৱাবলে প্রৱল ইচ্ছা হোৱা
Example : মোৰ ভৰিত খজুৱতি হৈছে
Meaning : খজুৱতি উঠা অৱস্থা বা ভাৱ
Example : খৰৰ খজুৱতিৰ পৰা তেওঁ বৰ আমনি পাইছে
Install App