Meaning : এনে কোনো কাম যাৰ কাৰণে সন্মুখৰজন ক্রোধিত হয়
Example :
তেওঁৰ ্অদৰকাৰী কথাই মোক ক্রোধিত কৰি তোলে
Synonyms : ক্রুব্ধ কৰা, ক্রোধিত কৰা
Meaning : কাৰোবাক আমনি দি থকা
Example :
কৃষ্ণই গোপীসকলক আমনি কৰি আছিল
Synonyms : আমনি কৰা, দিগদাৰী কৰা, দিগদাৰী দিয়া