Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word খঁতিৰা from অসমীয়া dictionary with examples, synonyms and antonyms.

খঁতিৰা   বিশেষ্য

Meaning : কোনো নিয়মিত বা নির্দিষ্ট সময় যাৰ আগতে কোনো কাম হোৱাটো আৱশ্যক

Example : এই কামটো কৰাৰ ম্যাদ পাৰ হৈ গʼল

Synonyms : কালসীমা, ধার্যসময়, নির্দিষ্ট সময়, নির্ধাৰিত সময়, বন্ধাসময়, মিয়াদ, ম্যাদ, সময়সীমা, ্ধার্য্যসময়

Meaning : কোনো এক নির্দিষ্ট সময়ৰ পৰা আন এক নির্দিষ্ট সময়লৈকে

Example : এই কামটোৰ সময়সীমা বৃদ্ধি কৰিব নোৱাৰি

Synonyms : ধার্যসময়, নির্দিষ্ট সময়, নি্র্ধাৰিত সময়, নিৰূপিত সময়, বন্ধাসময়, মিয়াদ, ম্যাদ, সময়সীমা, ্কালসীমা