Meaning : কাৰোবাৰ প্রগতিৰ স্তৰ নিৰূপণ কৰা কার্য
Example :
শ্যামে নতুন শ্রেণীত কেনেকুৱা কৰিছে
Meaning : কোনো কাম আদিত ভালদৰে নিমগ্ন হোৱা
Example :
তুমি নিজৰ কাম কৰা, সফলতা নিশ্চয় এদিন আহিব
Synonyms : লাগি থকা
Meaning : (ত) লগোৱা বা কৰা
Example :
চেষ্টা কৰা সন্ধান কৰা প্রেম কৰিবা, যুদ্ধ নহয়
Meaning : কোনো কাম আৰম্ভণিৰ পৰা সমাপ্তিৰ ফালে লৈ যোৱা
Example :
এই কামটো নিষ্পত্তি কৰি লোৱা, তাৰ পিছত আন কাম কৰিবা
Synonyms : ঠিক কৰা, নিষ্পত্তি কৰা, শেষ কৰা, সম্পাদন কৰা