Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word কৰমুক্ত from অসমীয়া dictionary with examples, synonyms and antonyms.

কৰমুক্ত   বিশেষণ

Meaning : যʼত শুল্ক বা কৰ লগা নাই

Example : এই হস্পিতালখনৰ সকলোবোৰ সুবিধাই কৰমুক্ত

Synonyms : কৰহীন, নিষ্কৰ, লাখেৰাজ

Meaning : যাৰ ওপৰত কৰ বা মাছুল লগোৱা হোৱা নাই

Example : দোকানীজনে কৰমুক্ত খাদ্যৰ এখন তালিকা প্রস্তুত কৰি আছে

Synonyms : কৰ মুক্ত

Meaning : যʼত কৰ আৰোপ কৰা হোৱা নাই

Example : ৰজাই দুর্ভিক্ষৰ কাৰণে প্রজাক কৰমুক্ত কৰি দিলে

Synonyms : কৰহীন