Meaning : কোনো কাৰণত হোৱা ক্ষতিক পূৰণ কৰা কার্য
Example :
এই লোকচানৰ ক্ষতিপূৰণ আমি ভৰিম
Meaning : কিহবাৰ হানি হোৱাৰ পৰিৱর্তে দিয়া ধন
Example :
ৰেল দুর্ঘ্্টনাত মৃত লোকৰ পৰিয়ালবর্গক এতিয়ালৈকে কোনো ক্ষতিপূৰণ দিয়া হোৱা নাই