Subscribe
URL of the page has been copied to clipboard.
Meaning : উপকাৰৰ বিপৰীত কাম বা অনুচিত বা বেয়া কাম
Example : কাৰো অপকাৰ নকৰিবা
Synonyms : অনিষ্ট, অপকাৰ, ক্ষয়, বৰবাদ, হানি
Meaning : কোনো ব্যৱসায়-বাণিজ্যত লাভ নোহোৱা
Example : এই বেপাৰটোত মোৰ লোকচানেই লোকচান হʼল
Synonyms : অর্থ্্হানি, ধনক্ষয়, ধননাশ, লচ্, লোকচান, ্অর্থ্্নাশ
Install App