Subscribe
URL of the page has been copied to clipboard.
Meaning : সোধা বা প্রশ্ন কৰা কার্য
Example : সৰু লʼৰাছোৱালীৰ কেতিয়াবা-কেতিয়াবা কৌতূহলৰ উত্তৰ দিবলৈ কঠিন হৈ পৰে
Meaning : কোনো কথা জানিবলৈ বৰ ইচ্ছা কৰা
Example : শিশুৰ মনত সকলো বস্তুৰ প্রতি কৌতূহল জন্মে
Synonyms : উৎকণ্ঠা, উৎসুকতা, জিজ্ঞাসা
Install App