Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word কোমলতা from অসমীয়া dictionary with examples, synonyms and antonyms.

কোমলতা   বিশেষ্য

Meaning : বিনয়ৰ ভাবত কৰা ব্যৱহাৰ

Example : বিষয়াজনে নম্রতা দেখুৱালে আৰু আমাৰ কথা মনোযোগেৰে শুনিলে

Synonyms : নম্রতা, বিনম্রতা

Meaning : নিমজ বা কোমল হোৱা কার্য

Example : ইমান ঘঁ্হাৰ পিছতো বাচনটোত লাগি থকা তেলৰ কোমলতাবোৰ নগʼল

Synonyms : মসৃণতা, মেদুৰতা, স্নিগ্ধতা

Meaning : কোমল বা অদৃঢ় হোৱা অৱস্থা বা ভাৱ

Example : সহজতে ভাগি যোৱা বস্তুৱে নিজৰ অদৃঢ়তাৰ পৰিচয় দিয়ে

Synonyms : অদৃঢ়তা, অপৰিপক্কতা

Meaning : কোমল হোৱা অৱস্থা বা ভাব

Example : ফুলৰ কোমলতাই সকলোকে আকর্ষিত কৰে

Meaning : সুকোমল বা মোলায়েম হোৱা অৱস্থা বা ভাব

Example : ৰাম, লক্ষ্মণ আৰু সীতাৰ কোমলতা দেখি বনবাসীসকলৰ মনত দয়া উপজিল