Subscribe
URL of the page has been copied to clipboard.
Meaning : যাৰ ওচৰত বহুত ধন আছে
Example : চাওতে চাওতে আমাৰ চহৰৰ কোটিপতি ভিকহু হৈ গʼল
Meaning : কোটি টকাৰ মালিক
Example : বর্ত্্মান সময়ত কোটিপতিৰ অভাৱ নাই
Synonyms : কৌৰপতি
Meaning : যাৰ ওচৰত অতি কমেও এক কোটি টকা আছে
Example : শ্যাম কোটিপতি হোৱাৰ লালসাত জঘন্য অপৰাধী হৈ পৰিল
Synonyms : কৌটিপতি, কৌড়পতি
Install App