Subscribe
URL of the page has been copied to clipboard.
Meaning : এশ লাখ বুজোৱা সংখ্যা
Example : কোটিত একৰ পিছত সাতটা শূন্য হয়
Synonyms : কৌটি, কৌড়, কৌৰ, ১০০০০০০০
Meaning : অংকৰ হিচাপত এককৰ স্থানৰ পৰা গণনা কৰিলে অষ্টম স্থানত পোৱা মান যʼত কোটি গুণিতক পোৱা যায়
Example : চাৰিকোটি একত চাৰি কোটিৰ স্থানত থাকে
Meaning : এশ লাখ:ৰাজীৱে এক কোটি টকা পুৰস্কাৰ হিচাপে পাইছে
Example :
Synonyms : এক কোটি, কৌটি, ১০০০০০০০
Install App