Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো দেশ বা ৰাজ্যৰ প্রধান নগৰ, যʼৰ পৰা তাৰ শাসনকার্য পৰিচালিত হয়
Example : উত্তৰ প্রদেশৰ ৰাজধানী লক্ষ্ণৌ
Synonyms : ৰাজধানী
Meaning : কাৰোবাৰ হাতত মজুত থকা ধনৰাশি, যি ধন লাভালাভৰ কাৰণে বেপাৰ-বাণিজ্য আদিত খটোৱা হয়
Example : এহেজাৰ টকা মূলধনেৰে আমি লাখ টকা উপার্জন কৰিব পাৰো
Synonyms : আচল ধন, পুঁজি, মূলধন
Install App