Subscribe
URL of the page has been copied to clipboard.
Meaning : চৌদিশৰ বা দূৰ-দূৰণিত থকা অন্যান্য কার্যালয়ৰ পৰিচালনা যিটো মূল কার্যালয়ৰ পৰা হয়
Example : ভাৰতৰ ৰাজধানী দিল্লীত হোৱাৰ কাৰণে সকলো ৰাজনৈতিক দলৰ প্রধান কার্যালয় দিল্লীত আছে
Synonyms : প্রধান কার্যালয়, মুখ্য কার্যালয়
Install App