Meaning : কানাডাৰ নিবাসী
Example :
সেই কেনেডিয়ান জনৰ লগত আমাৰ গভীৰ বন্ধুত্ব আছে
Synonyms : কানাডা বাসী, কানাডা-বাসী, কানাডাবাসী
Meaning : কানাডাৰ বা কানাডা সম্বন্ধী
Example :
কাইলৈ পূজাৰ কেনেডিয়ান দূতাবাসলৈ যাব লগীয়া আছে