Subscribe
URL of the page has been copied to clipboard.
Meaning : নিজক কৰা উপকাৰ মানি লোৱা লোক
Example : আপুনি মোক জেললৈ যোৱাৰ পৰা ৰক্ষা কৰা কাৰণে মই আপোনাৰ ওচৰত কৃতজ্ঞ
Synonyms : কৃতজ্ঞ, কৃতার্থ, ধন্য, বাধিত
Meaning : কাৰোবাৰ কৃপা বা উপকাৰেৰে সন্তুষ্ট
Example : আপুনি এই চাকৰিটো দি মোক কৃতার্থ কৰিলে
Synonyms : কৃতকৃত্য, কৃতার্থ, ধন্য, বাধিত
Install App